Install App
bpranjal752
This browser does not support the video element.
নগাঁও: চাপানালা জলপ্ৰপাতত উদ্ধাৰ এটা মৃতদেহ,উদ্ধাৰ হোৱা মৃতদেহটো সোণাৰিবালিৰ আব্দুল মতিন বুলি চিনাক্ত,উপস্থিত আৰক্ষী
Nagaon, Nagaon | Aug 22, 2025
চাপানালা জলপ্ৰপাতত শুক্ৰবাৰে বিয়লি প্ৰায় তিনি মান বজাত উদ্ধাৰ এটা মৃতদেহ,উদ্ধাৰ হোৱা মৃতদেহটো সোণাৰিবালিৰ আব্দুল মতিন বুলি চিনাক্ত । ব্যক্তি গৰাকী পেচাত লোকজন কেঁচা শাক পাচলিৰ বিক্ৰেতা আছিল বুলি জানিব পৰা গৈছে । বৃহস্পতিবাৰে সন্ধ্যা ভাগৰ পৰা নিৰুদ্দেশ হৈ আছিল বুলি জানিব পৰা গৈছে পৰিয়ালৰ লোকৰ পৰা। ব্যক্তি গৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ অঞ্চলযুৰি শোকৰ ছাঁ পৰিছে ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!