Download Now Banner

This browser does not support the video element.

শিৱসাগৰ: অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্ম স্থান শিৱসাগৰত অভিৰুচি ক্ৰীড়া দিৱস উদযাপন ৰংপুৰ জ্যোতি ক্লাবৰ উদ্যোগত

Sibsagar, Sivasagar | Sep 3, 2025
অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্ম স্থান শিৱসাগৰত অভিৰুচি ক্ৰীড়া দিৱস উদযাপন ৰংপুৰ জ্যোতি ক্লাবৰ উদ্যোগত । আজি ৪২ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস, অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ ৮৬ সংখ্যক ওপজা দিন । উল্লেখ্য যে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম গৰাকী অৰ্জুন বঁটা বিজয়ী অৰ্জুন ভোগেশ্বৰ বৰুৱা ১৯৬৬ চনত এছিয়ান গেমছত ৮০০ মিটাৰ দৌৰত অৰ্জন কৰিছিল সোণৰ পদক ।
Read More News
T & CPrivacy PolicyContact Us