Download Now Banner

This browser does not support the video element.

নলবাৰী: জিলা প্ৰশাসন নলবাৰীৰ তৰফৰ পৰা নলবাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰাংগনত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত

Nalbari, Nalbari | Sep 20, 2025
জিলা প্ৰশাসন নলবাৰীৰ তৰফৰ পৰা নলবাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰাংগনত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত।শ্ৰেষ্ঠ শিল্পীসত্বা হিচাবে খ্যাতি লাভ কৰিবলৈ সক্ষম হোৱা সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল মৃত্যুত ৰাজ্যজুৰি বৈছে শোকৰ বন্যা । জুবিন গাৰ্গৰ মৃত্যু অসমীয়া জাতিৰ বাবে দূৰ্ভাগ্যজনক আৰু জাতিটোৰ বাবে চিৰকালৰ বাবে এক অপূৰনীয় ক্ষতি। ৰাইজৰ মৰমৰ, অসমীয়াৰ হৃদস্পন্দন, যশস্বী শিল্পী গৰাকীৰ আকস্মিক বিয়োগত প্ৰতিগৰাকী অসমীয়া মৰ্মাহত। প্ৰিয় শিল্পী গৰাকীলৈ শনিবাৰে বিয়লি জিলা
Read More News
T & CPrivacy PolicyContact Us