Download Now Banner

This browser does not support the video element.

ঢেকিয়াজুলি ভাগ: সদৌ অসম সত্ৰ মহাসভাৰ ২০২৫ বৰ্ষৰ সেতুবন্ধন সমাৰোহ এইবেলি ঢেকীয়াজুলিত অনুষ্ঠিত হব,এই সন্দৰ্ভত ঢেকীয়াজুলিত সংবাদ মেল

Dhekiajuli Part, Sonitpur | Aug 23, 2025
সদৌ অসম সত্ৰ মহাসভাৰ ২০২৫ বৰ্ষৰ সেতুবন্ধন সমাৰোহ অহা ৪ আৰু ৫ অক্টোবৰ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি চহৰত অনুষ্ঠিত হ'ব। সেয়েহে উক্ত বিষয়টো ৰাইজক অৱগত কৰিবলৈ শনিবাৰে বিয়লি ৫ বাজি ৩০ মিনিত ঢেকীয়াজুলিত সদৌ অসম সত্ৰ মহাসভাৰ শোণিতপুৰ জিলা সমিতিয়ে সংবাদ মেল অনুষ্ঠিত কৰে ৷ উল্লেখ্য যে সদৌ অসম সত্ৰ মহাসভাৰ উদ্যোগত আৰু ঢেকীয়াজুলিবাসী ৰাইজৰ সহযোগত স্থানীয় ছহিদ ময়দানত অনুষ্ঠিত হ'ব উক্ত অনুষ্ঠান ৷
Read More News
T & CPrivacy PolicyContact Us