This browser does not support the video element.
বাক্সা: মুছলপুৰত শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন
Baska, Baksa | Aug 26, 2025
বাক্সাৰ জিলাৰ মুছলপুৰত আজি শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। শৰণীয়া কছাৰী ছাত্ৰ সন্থাই শৰণীয়া সকলৰ স্বায়ত্ব শাসন প্ৰদানৰ লগতে জাতিগত প্ৰমাণ পত্ৰৰ সমস্যা সমাধান কৰাৰ দাবীত এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয়।