Install App
priyanka1162
This browser does not support the video element.
পশ্চিম যোৰহাট: অশোক সিংহালে কংগ্ৰেছক জন্তুৰ লগত তুলনা কৰা পাছতেই মন্ত্ৰী গৰাকীৰ বিৰুদ্ধে জিলা কংগ্ৰেছ ভৱনৰ সন্মুখত উত্তাল প্ৰতিবাদ
Jorhat West, Jorhat | Aug 30, 2025
মন্ত্ৰী অশোক সিংহালে কংগ্ৰেছক জন্তুৰ লগত তুলনা কৰা পাছতেই মন্ত্ৰী গৰাকীৰ বিৰুদ্ধে জিলা কংগ্ৰেছ ভৱনৰ সন্মুখত উত্তাল প্ৰতিবাদ। যোৰহাটত প্ৰতিবাদী কাৰ্যসূচী যোৰহাট জিলা কংগ্ৰেছৰ। বিজেপি চৰকাৰৰ কেবিনেট মন্ত্রী অশোক সিংহালে কংগ্ৰেছ দলটোক অপশব্দ ব্যৱহাৰ কৰি অপমান কৰা কাৰ্যৰ বিৰোধিতাৰে এই প্ৰতিবাদ। কংগ্ৰেছ দলৰ সদস্য সকলে হাতে হাতে প্লে কাৰ্ডলৈ প্ৰতিবাদ সাব্যস্ত কৰে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!