Download Now Banner

This browser does not support the video element.

পশ্চিম যোৰহাট: বাইপাছৰ ভোগদৈ মঠাউৰিত আটক দুই কুকুৰ চোৰ ,ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক গতালে চোৰক

Jorhat West, Jorhat | Aug 4, 2025
যোৰহাটৰ বাইপাছৰ ভোগদৈ মঠাউৰিত আটক দুই কুকুৰ চোৰ। ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক গতালে চোৰক । দেৰগাঁৱৰ পৰা যোৰহাট নগৰত কুকুৰ চুৰি কৰিবলৈ আহি আটক হ'ব লগা হয় দুজন যুৱক । সোমবাৰে যোৰহাটৰ বাইপাছৰ ভোগদৈ মঠাউৰিত কুকুৰ ধৰাৰ সা-সৰঞ্জাম লৈ কুকুৰ চুৰি কৰিবলৈ অহা দুজন যুৱকক স্থানীয় এজন লোকে প্ৰত্যক্ষ কৰে । যুৱক দুজনে এটা কুকুৰ ধৰি বস্তাত ভৰাবলৈ লওঁতেই ধৰা পৰে চোৰ ।
Read More News
T & CPrivacy PolicyContact Us