Install App
arindram93
This browser does not support the video element.
চাবুৱা: চাবুৱা চাহ বাগিচাৰ আটছা জিলা সভাপতি বিমল বাগৰ বাসগৃহ ভাঙি লণ্ডভণ্ড ৩০ জনীয়া দুৰ্বৃত্তৰ, থানাত এজাহাৰ দাখিল
Chabua, Dibrugarh | Aug 25, 2025
ডিব্ৰুগড় জিলা চাহ জনজাতি ছাত্র সন্থাৰ সভাপতি বিমল বাগৰ বাসগৃহত আক্ৰমণ। আটছাৰ সদস্য গ্ৰেভৰেল জুহিৰ নেতৃত্বত প্ৰায় ৩০ জনীয়া এটা দলে আক্ৰমণ কৰে বিমল বাগৰ ঘৰত। আজি সোমবাৰে দিনৰ ২ বজাত চাবুৱাত সংবাদমাধ্যমৰ আগত অৱগত কৰে বিমল বাগে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!