This browser does not support the video element.
শিৱসাগৰ: ভটিয়াপাৰত মানসিক বিকাৰগ্ৰস্ত এগৰাকী গৰ্ভৱতী যুৱতী উদ্ধাৰ
Sibsagar, Sivasagar | Sep 8, 2025
শিৱসাগৰৰ ভটিয়াপাৰত মানসিক বিকাৰগ্ৰস্ত এগৰাকী গৰ্ভৱতী যুৱতী উদ্ধাৰ । পদ পথৰ কাষত আশ্ৰয় লৈ থকা এই গৰাকী মানসিক বিকাৰ গ্ৰস্ত যুৱতী কোনো পাষণ্ডৰ কামনাৰ বলি হৈছিল । অৱশেষত হিউমেন ৱেলফেয়াৰ চছাইটিৰ এটা দলে আহি পদ পথৰ কাষৰ পৰা উদ্ধাৰ কৰি নিয়ে যুৱতী গৰাকীক ।