This browser does not support the video element.
নগাঁও: হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্য জনক মৃত্যুক লৈ সৰৱ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া
Nagaon, Nagaon | Oct 6, 2025
জুবিন গাৰ্গে অমৰত্ব লাভ কৰিছে,যি জন ব্যক্তিয়ে কৈছিল মোৰ কোনো ধৰ্ম নাই,মোৰ কোনো জাতি নাই, মোৰ কোনো ভগৱান নাই কিন্তু তেওঁ কেনেকৈ ভগৱান হৈ গ'ল তেওঁ নিজেই নাজানে।* *জুবিন গাৰ্গেৰ যি মহানুভৱতা মানুহৰ প্ৰতি থকা যি দায়িত্ব পালন কৰিছিল, সেই মহানুভৱতাৰ বাবেই যুগ যুগান্তৰলৈ জীয়াই থাকিব জুবিন গাৰ্গঃকুশল ঠাকুৰীয়া* *জুবিন গাৰ্গৰ মৃত্যুক লৈ যি ষড়যন্ত্ৰৰ গোন্ধ পোৱা গৈছে,তাত যাতে কোনো ধৰনৰ স্বাৰ্থ নোহোৱাকৈ,মুক্ত মনেৰে তদন্ত হওক তাৰে আহ্বান শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰধান সঃ