This browser does not support the video element.
তামুলপুৰ: প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মূখত বন্তি প্ৰজ্বলন,পুষ্পাঞ্জলি অৰ্পণ কৰি জিলা প্ৰশাসনৰ শ্ৰদ্ধাঞ্জলি
Tamulpur, Baksa | Sep 20, 2025
প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মূখত বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি অৰ্পণ কৰি তামুলপুৰ জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীয়ে জনালে শ্ৰদ্ধাঞ্জলি ।কিংবদন্তি জুবিন গাৰ্গৰ অমৰ কণ্ঠ আৰু অসমলৈ আগবঢ়োৱা অপৰিসীম অৱদানক শনিবাৰে সন্ধিয়া প্ৰায় সাত মান বজাত স্মৰণ কৰি জিলা প্ৰশাসনৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন । তামুলপুৰ জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীসকলে সকলোৰে প্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মূখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ বন্তি আত্মাৰ চিৰশান্তি কামনা কৰি আন্তৰিক শ