This browser does not support the video element.
নগাঁও: এমডি ৰোডত অবৈধ মেজিক ষ্টেণ্ডে জ্বলা-কলা খুৱাইছে একাংশক, সচেতন ৰাইজৰ প্ৰতিক্ৰিয়া
Nagaon, Nagaon | Aug 24, 2025
নগাঁও MD ৰোডত অবৈধ্যভাৱে মেজিক ষ্টেণ্ডে জ্বলাকলা খুৱাইছে একাংশক প্ৰশাসণৰ অনুমতি অবিহনে চলোৱা মেজিক তথা ইৰিক্সা ষ্টেণ্ড দেখিও নিৰ্বিকাৰ নগাঁও যান বাহন আৰক্ষী একাংশ ষ্টেণ্ড মালিকৰ লগত মিতিৰালি অন্য একাংশক হাৰাশাস্তি যান বাহন আৰক্ষীৰ শান্টো আলী ঔৰফে মুন্সিক যান বাহন আৰক্ষীয়ে হাৰাশাস্তি চলোৱাৰ কথা ব্যক্ত কৰিলে ভুক্তভোগী পৰিয়ালে