Download Now Banner

This browser does not support the video element.

গোলাঘাট: বিধায়ক বিশ্বজিত ফুকনৰ বিৰুদ্ধে ডকাইতিৰ অভিযোগ উত্থাপন কৰা অংশুমান পূজাৰীক গ্ৰেপ্তাৰ গোলাঘাট আৰক্ষীৰ

Golaghat, Golaghat | Sep 12, 2025
বিধায়ক বিশ্বজিত ফুকনৰ বিৰুদ্ধে ডকাইতিৰ অভিযোগ উত্থাপন কৰা অংশুমান পূজাৰীক গ্ৰেপ্তাৰ গোলাঘাট আৰক্ষীৰ l শুক্ৰবাৰে বিয়লি প্ৰায় ৬ বজাত গ্ৰেপ্তাৰ কৰে গোলাঘাট আৰক্ষীয়ে l একাউটেণ্ট অংশুমান পূজাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে গ্ৰেপ্তাৰ পত্নী শ্ৰুতিধাৰা গৌতম, ভাতৃ দেৱাশীষ পূজাৰীক l নিজাববীয়া গোচৰ ৰুজু কৰি তিনিওকে গ্ৰেপ্তাৰ গোলাঘাট আৰক্ষীয়ে বুলি জানিব পৰা গৈছে l এই সম্পৰ্কে সংবাদ মাধ্যমৰ আগত এই পৰ্য্যন্ত কোনো মন্তব্য আগবঢ়োৱা নাই আৰক্ষীয়ে l
Read More News
T & CPrivacy PolicyContact Us