Download Now Banner

This browser does not support the video element.

হোজাই: আৰক্ষীয়ে গোপাল নগৰৰ পৰা ৪টা ড্ৰাগছভৰ্তি কণ্টেইনাৰসহ আটক কৰে এটা সৰবৰাহকাৰীক

Hojai, Hojai | Aug 21, 2025
হোজাই আৰক্ষীৰ অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান।বৃহস্পতিবাৰে দিনৰ ৪বজাত আৰক্ষীয়ে ড্ৰাগছ সহ আটক কৰে এটা সৰবৰাহকাৰীক।গোপালনগৰত স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় সৰবৰাহকাৰীটোক।আৰক্ষীয়ে ধৃত সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ কৰে ৪টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ।জব্দকৃত ড্ৰাগছ খিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৪হেজাৰ টকা।সম্প্ৰতি আৰক্ষীয়ে ধৃত সৰবৰাহকাৰীটোক নিজ জিম্মাত ৰাখি আৰম্ভ কৰিছে তদন্ত।
Read More News
T & CPrivacy PolicyContact Us