Download Now Banner

This browser does not support the video element.

মানকাচৰ: খোপাতিয়াত সদৌ দক্ষিণ শালমাৰা মানকাচৰ জিলা আছুৰ উদ্দ্যোগত অৱসৰ প্ৰাপ্ত আৰু কৃতি শিক্ষক সমাজক বিশেষ সম্বৰ্ধনা

Mankachar, South Salmara-Mankachar | Sep 5, 2025
শুক্ৰবাৰে দিনৰ আনুমানিক ৩ বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ খোপাতিয়াত সদৌ দক্ষিণ শালমাৰা মানকাচৰ জিলা ছাত্ৰ সন্থাৰ উদ্দ্যোগত জিলাখনৰ কেইবাগৰাকী অৱসৰ প্ৰাপ্ত শিক্ষক আৰু কৃতি শিক্ষক সমাজক বিশেষ ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত আছিল জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি আব্দুৰ ৰেজ্জাক সেখ।
Read More News
T & CPrivacy PolicyContact Us