Install App
priyanka1162
This browser does not support the video element.
পশ্চিম যোৰহাট: ১ অক্টোবৰত বৰুৱা চাৰিআলিৰ পৰা গিতাৰ্থী পইন্ট আৰু ৰাজমাও পুখুৰীৰ সন্মুখৰ পথ বন্ধ থাকিব ,আৱৰ্ত ভৱনত সংবাদ মেল সম্বোধন
Jorhat West, Jorhat | Sep 29, 2025
১ অক্টোবৰত বৰুৱা চাৰিআলিৰ পৰা গিতাৰ্থী পইন্ট , ৰাজমাও পুখুৰীৰ সন্মুখৰ পথ বন্ধ থাকিব । আৱৰ্ত ভৱনত সংবাদ মেল সম্বোধন । প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধৰ অনুষ্ঠানৰ বাবে বন্ধ দুয়োটা পথ । পাৰ্কিঙৰ বাবে পশ্চিম যোৰহাটৰ খেলপথাৰ , ৰজাবাৰী খেল পথাৰ, TRP ৰোড , ক্লাব ৰোড আদিত ব্যৱস্থা কৰিছে । জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰ জিৰণিৰ বাবে ৰখা হৈছে ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!