Download Now Banner

This browser does not support the video element.

মানকাচৰ: ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে হাটশিঙিমাৰীত জিলা ক্ৰিডা বিভাগৰ উদ্যোগত অনুষ্ঠিত ৩দিনীয়া কাৰ্যসূচীৰ আজি দ্বিতীয় দিন

Mankachar, South Salmara-Mankachar | Aug 30, 2025
শনিবাৰে দিনৰ আনুমানিক ৫ বজাত জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত অনুষ্ঠিত হয় জিলা ক্ৰিডা বিভাগৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী।উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন জিলাৰ সমান্তৰালকৈ দক্ষিণ শালমাৰা মানকাচৰ জিলাতো ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে হাটশিঙিমাৰীত জিলা ক্ৰিডা বিভাগৰ উদ্যোগত অনুষ্ঠিত হয় তিনিদিনীয়া কাৰ্যসূচী।
Read More News
T & CPrivacy PolicyContact Us