বিটিআৰৰ ৩০ নং গোৰেশ্বৰ পৰিষদী সমষ্টিৰ ঔখাৰী আৰু বালাৰীত অনুষ্ঠিত হয় দুখনকৈ সজাগতা সভা।শুকুৰবাৰে আবেলি ৫ মান বজাত অনুষ্ঠিত হোৱা সভাত উপস্থিত থাকে জিলা সভাপতি তথা গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী মহেশ্বৰ বসুমতাৰীয়ে।সভাত সহস্ৰাধিকলোকৰ সমাগম ঘটে।মুলত বিটিআৰ নিৰ্বাচনকলৈ ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে অনুষ্ঠিত হয় সভা।