Download Now Banner

This browser does not support the video element.

গুৱাহাটী: জামিয়ত উলেমা-ঈ- হিন্দৰ নেতা মাদানীৰ বিৰুদ্ধে মহানগৰীৰ কাহিলীপাৰাত প্ৰতিবাদ

Guwahati, Kamrup Metropolitan | Aug 23, 2025
জামিয়ত উলেমা-ঈ- হিন্দৰ নেতা মাদানীৰ বিৰুদ্ধে মহানগৰীৰ কাহিলীপাৰাত প্ৰতিবাদ।মাদানিৰ পুত্তলিকা দাহ কৰাৰ লগতে ছেণ্ডেলৰ মালা পিন্ধাই ক্ষুব্দ প্ৰতিবাদী জনতাই।কাহিলীপাৰাবাসী ৰাইজৰ উদ্যোগত আৰু টাই আহোম যুৱ পৰিষদৰ সহযোগত এই প্ৰতিবাদ। মুখ্যমন্ত্ৰীক অপসাৰণ কৰিবলৈ মাদানিয়ে কৰা মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰতিবাদী জনতা।
Read More News
T & CPrivacy PolicyContact Us