This browser does not support the video element.
ধুবুৰী ভাগ: চহৰত জিলা পৰিষদৰ অধক্ষ্যা ফৰিদা ইয়াছমিনৰ কাৰ্যভাৰ গ্ৰহণ আৰু পৰিচয় পৰ্ব সভা
Dhubri Part, Dhubri | Aug 30, 2025
ধুবুৰী জিলা পৰিষদৰ অধক্ষ্যা পদত নৱ নিৰ্বাচনিত অধ্যক্ষা ফৰিদা ইয়াছমিনৰ কাৰ্যভাৰ গ্ৰহণ আৰু পৰিচয় পৰ্ব সভা ধুবুৰী জিলা পৰিষদা সভাকক্ষত অনুষ্ঠিত হয় । জিলা পৰিষদৰ বিষয়ববীয়া,কৰ্মচাৰী ,জিলা খনৰ সকলো খণ্ড উন্নয়ন বিষয়া আৰু জিলা পৰিষদৰ সদস্য সকলৰ সৈতে পৰিচয় পৰ্ব হোৱাৰ লগতে উন্নয়নৰ দিশত আলোচনা কৰে নৱ নিৰ্বাচিত অধক্ষ্যা ফৰিদা ইয়াছমিনে ।