Download Now Banner

This browser does not support the video element.

মাটিয়া: শিমলীতোলা বজাৰত এ আই ইউ ডি এফ দলৰ সাংগঠনিক শক্তি বিকাশ অভিযানৰ সভা অনুষ্ঠিত হয়

Matia, Goalpara | Sep 10, 2025
শিমলীতোলা বজাৰত এ আই ইউ ডি এফ দলৰ সাংগঠনিক শক্তি বিকাশ অভিযানৰ সভা অনুষ্ঠিত হয়। গোৱালপাৰা পূৱ সমষ্টিৰ অন্তৰ্গত শ্ৰীসূৰ্যগিৰি ব্লকৰ যুৱ মৰ্চা, মহিলা মৰ্চা আৰু আই টি ফ্ৰন্টৰ কমিটিৰ উদ্যোগত অনুষ্ঠিত হোৱা সভাত সভাপতিত্ব কৰে শ্ৰীসূৰ্যগিৰি ব্লকৰ যুৱ মৰ্চাৰ সভাপতি আব্দুছ ছামাদে। সভাত উপস্থিত থাকে দলৰ মুখপত্ৰ আব্দুল হাই, জিলা সমিতিৰ সভাপতি আবুল কালাম হুছেইন, কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন,প্ৰশাসনিক সাধাৰণ সম্পাদক আব্দুল মালিক আহমেদ উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us