Download Now Banner

This browser does not support the video element.

গোলাঘাট: মেৰাপানী সীমান্তত নগাৰ জাননী সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ফৰকাটিংত প্ৰতিক্ৰিয়া

Golaghat, Golaghat | Aug 28, 2025
মেৰাপানী সীমান্তত অসমৰ মাটিত অসমৰ লোকক প্ৰবেশৰ কৰাক লৈ জাননী সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক প্ৰতিক্ৰিয়া l মেৰাপনি সীমান্তত নগাৰ জাননী সন্দৰ্ভত বৃহস্পতি বাৰে সন্ধিয়া প্ৰায় ৭ বজাত ফৰকাটিংত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ প্ৰতিক্ৰিয়া l নগাৰ জাননী দিয়াত সৰব হৈ উঠিছে বিভিন্ন দল সংগঠন । নগাৰ জাননী কোনো কাৰণতে মানি লোৱা নহয় বুলি হুংকাৰ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক ৰাজিব লস্কৰৰ।
Read More News
T & CPrivacy PolicyContact Us