Download Now Banner

This browser does not support the video element.

বালিজানা: গোৱালপাৰা মহাবিদ্যালয়ত ছাত্ৰীক যৌন নিৰ্যাতনৰ ঘটনা সন্দৰ্ভত মহাবিদ্যালয়ৰ অধ্যক্ষৰ মন্তব্য

Balijana, Goalpara | Sep 12, 2025
গোৱালপাৰা মহাবিদ্যালয়ত ছাত্ৰীক যৌন নিৰ্যাতনৰ ঘটনা সন্দৰ্ভত মহাবিদ্যালয়ৰ অধ্যক্ষৰ মন্তব্য। গোৱালপাৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সুভাষ বৰ্মনে কয় যে ঘটনাটো সন্দৰ্ভত ছাত্ৰী গৰাকীয়ে মহাবিদ্যালয়ৰ কৰ্তৃপক্ষক অৱগত কৰোৱা নাছিল। আৰক্ষীয়ে অভিযুক্ত ছাত্ৰ গৰাকীক থানালৈ লৈ যোৱাৰ পিছত অৱগত হয় আৰু থানাত গৈ আৰক্ষীক সাক্ষ্য প্ৰদান কৰে যাতে ছাত্ৰ গৰাকীয়ে উপযুক্ত শাস্তি পায়। তেওঁ আৰু কয় যে মহাবিদ্যালয়ৰ সকলো ঠাইত চি চি টিভি কেমেৰা আছে ।
Read More News
T & CPrivacy PolicyContact Us