This browser does not support the video element.
শিৱসাগৰ: মেজেঙাত অৱসৰপ্ৰাপ্ত কৰ্মচাৰী ৰফিক ৰহমানক গাঁওৰক্ষী বাহিনী আৰু ব্যৱসায়ী সন্থাৰ সম্বৰ্দ্ধনা
Sibsagar, Sivasagar | Jul 31, 2025
মেজেঙাত অৱসৰপ্ৰাপ্ত কৰ্মচাৰী ৰফিক ৰহমানক গাঁওৰক্ষী বাহিনী আৰু ব্যৱসায়ী সন্থাৰ সম্বৰ্দ্ধনা । ভাৰতীয় ষ্টেট বেংকৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী ৰফিক ৰহমান । সুদীৰ্ঘ কাল চাকৰি জীৱনত কৰা তেখেতৰ আচাৰ-ব্যৱহাৰত মুগ্ধ স্থানীয় বাসিন্দা লগতে গ্ৰাহক সকল । এই গৰাকী কৰ্মচাৰীয়ে ন্যায় আৰু সততাৰে সেৱা আগবঢ়ায় চাকৰি জীৱনৰ পৰা অৱসৰ লোৱাৰ পাছত এনেদৰে বিশেষ ভাৱে সম্বৰ্দ্ধনা জনোৱা পৰিলক্ষিত হয় ।