Install App
arindram93
This browser does not support the video element.
পূব ডিব্ৰুগড়: এ.এম.চি.এইচৰ সুৰক্ষা কৰ্মীয়ে ৰোগীৰ অভিভাৱকৰ পৰা অবৈধ ধন লোৱাৰ ভাইৰেল ভিডিঅ সন্দৰ্ভত এ.এম.চি.এইচত অধীক্ষকৰ সংবাদমেল
Dibrugarh East, Dibrugarh | Aug 22, 2025
ডিব্ৰুগড় স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত হস্পিটেলত নিয়োজিত দুগৰাকী মহিলা সুৰক্ষাকৰ্মীয়ে ৰোগীৰ অভিভাৱকক নগদ ধনৰ বিনিময়ত ৰোগীৰ কক্ষত সোমাবলৈ দিয়াৰ ভিডিঅ ভাইৰেল হোৱাৰ সন্দৰ্ভত আজি শুক্ৰবাৰে বিয়লি ৪ বজাত AMCH ৰ অধীক্ষকৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰে AMCH ৰ অধীক্ষক ডা° ধ্ৰুৱজ্যোতি ভূঞাঁয়।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!