This browser does not support the video element.
বিজনী ভাগ: বাগমাৰা কালী মন্দিৰ প্ৰাংগণত বিজেপিৰ যোগদান সভা অনুষ্ঠিত, উপস্থিত সুবাইঝাৰ সমষ্টিৰ পাৰিষদ প্ৰভাত বসুমতাৰী
Bijni Part, Chirang | Aug 24, 2025
আজি চিৰাং জিলাৰ সুবাইঝাৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বাগমাৰা কালি মন্দিৰ প্ৰাংগণত বিজেপিৰ যোগদান সভা অনুষ্ঠিত হয়,আজিৰ এই যোগদান সভাত ২ শতাধিক লোকে বিজেপি দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আনুষ্ঠানিক ভাৱে বিজেপি দলত যোগদান কৰে,আজিৰ এই যোগদান সভাত সুবাইঝাৰ সমষ্টিৰ পাৰিষদ প্ৰভাত বসুমতাৰী, বিজনী বিধানসভা সমষ্টিৰ বিধায়ক অজয় কুমাৰ ৰায় ,সুবাইঝাৰ মণ্ডল বিজেপিৰ সভাপতি তপন দাস ,চিৰাং জিলা বিজেপিৰ সভাপতি ৰতন চন্দ্ৰ ৰায়,জিলাৰ উপ-সভাপতি বিশ্বজিৎ বিশ্বাস উপস্থিত থাকে।