This browser does not support the video element.
শিৱসাগৰ: গেলেকীত কেন্দ্ৰীয় পুথিভঁৰাল উদ্ধোধন আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে
Sibsagar, Sivasagar | Aug 30, 2025
গেলেকীত কেন্দ্ৰীয় পুথিভঁৰাল উদ্ধোধন আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে । গেলেকী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ পুঁজিৰে নিৰ্মাণ কৰা হয় গেলেকীৰ এই কেন্দ্ৰীয় পুথিভঁৰাল । এক গাম্ভীৰ্যপূৰ্ণ কাৰ্যসূচীৰে শুভাৰম্ভ কৰা অনুষ্ঠানটোৰ মুকলি সভাৰ উদ্ধোধক হিচাপে উপস্থিত থাকে শিৱসাগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক দেৱজ্যোতি গগৈ। ইয়াৰোপৰি নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সব্যসাচী মহন্ত ।