Download Now Banner

This browser does not support the video element.

মাটিয়া: মাটিয়াৰ দলগোমাৰ জুবিন গাৰ্গৰ মৃত্যু সহ্য কৰিব নোৱাৰি আত্মহত্যা যুৱকৰ, আত্মহত্যা কৰা যুৱকৰ নাম মানস দাস

Matia, Goalpara | Sep 23, 2025
মাটিয়াৰ দলগোমাৰ জুবিন গাৰ্গৰ মৃত্যু সহ্য কৰিব নোৱাৰি আত্মহত্যা যুৱকৰ। আত্মহত্যা কৰা যুৱকৰ নাম মানস দাস ওৰফে বাপা। প্ৰয়াত ৰঞ্জিত দাস আৰু ভৱানী দাসৰ ২৩ বছৰীয়া পুত্ৰ মানস দাসে কালি সন্ধিয়া দলগোমাত প্ৰয়াত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছিল। অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতে কান্দি কান্দি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল জুবিন গাৰ্গৰ অনুৰাগী মানস দাসে। ইয়াৰ পিছতে আবেগিক হৈ পৰে আৰু নিশা ডিঙিত চীপজৰী লৈ চৰম সিদ্ধান্ত লয় মানস দাসে।
Read More News
T & CPrivacy PolicyContact Us