Install App
chirangnews494
This browser does not support the video element.
দাংতল ৰাজহ চক্ৰ: শান্তিপুৰত ১৪ নং চিৰাং দুৱাৰ সমষ্টিৰ ইউপিপিএলৰ দলৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত,উপস্থিত বিটিআৰৰ চীফ প্ৰমোদ বড়ো
India | Sep 8, 2025
সভাত অংশগ্ৰহন বিটিআৰৰ চীফ তথা ইউপিপিএল প্ৰধান প্ৰমোদ বড়ো,১৪ নং চিৰাং দুৱাৰ পৰিষদীয় সমষ্টিত খাম্পা বৰগয়াৰী বিপুল ভোটত জয়ী হোৱাটো নিশ্চিত,হাগ্ৰামা মহিলাৰী আমাৰ সভা বিফল কৰাৰ বাবে কাউণ্টাৰ সভা পাতিছে,ডঃ সাংগ্ৰাং ব্ৰহ্মই বিপিএফৰ হৈ কাম কৰি আছে বুলি শুনিছোঁ তেখেতৰ আমাৰ দলত ঘুৰি আহিবলৈ আহ্বান জনাইছোঁ,তেওঁ বিপিএফৰ হৈ কাম কৰিলে আমাৰ একো ক্ষতি নহয়।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!