Download Now Banner

This browser does not support the video element.

গুৱাহাটী: শিলসাঁকো উচ্ছেদিত প্ৰতিটো থলুৱা ভূমিহীন পৰিয়ালক পুনৰ সংস্থাপনৰ দাবীত চচলৰ ধৰ্ণাস্থলীত প্ৰতিবাদ

Guwahati, Kamrup Metropolitan | Sep 6, 2025
শনিবাৰে শিলসাঁকো উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ আহ্বানত শিলসাঁকো উচ্ছেদিত প্ৰতিটো থলুৱা ভূমিহীন পৰিয়ালক পুনৰ সংস্থাপনৰ দাবীত চচলৰ ধৰ্ণা স্থলীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। প্ৰতিবাদী সকলে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সব্যস্থ কৰে। প্ৰতিবাদী সকলে আমাক মাটি লাগিবই, ক্ষতি পূৰণ আৰু সংস্থাপন অবিহনে আমি ক্ষান্ত নহও, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মিথ্যাচাৰ নচলিব আদি শ্লোগানেৰে সাব্যস্ত কৰে প্ৰতিবাদ।
Read More News
T & CPrivacy PolicyContact Us