Download Now Banner

This browser does not support the video element.

মঙলদৈ ভাগ: সদৌ মঙলদৈ ৰঙালী বিহু সন্মিলনীৰ উদ্যোগত মঙলদৈ জয়ন্ত হাজৰিকা উদ্যানত শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি

Mangaldoi Part, Darrang | Sep 22, 2025
হাৰ্টথ্ৰ'ৱ জুবিন গাৰ্গৰ আকস্মিক বিয়োগত শোকস্তব্ধ ৰাজ্য। শিল্পীগৰাকীৰ বিয়োগত মৰ্মাহত অসমবাসী। শিল্পীগৰাকীৰ বিদেহ আত্মাৰ সদগতি কামনা কৰি শ্ৰদ্ধাঞ্জলি জনাবলৈ স্বতঃফুৰ্তভাৱে ওলাই আহিছে অগণন লোক। সদৌ মঙলদৈ ৰঙালী বিহু সন্মিলনীৰ উদ্যোগত মঙলদৈ জয়ন্ত হাজৰিকা উদ্যানত শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি
Read More News
T & CPrivacy PolicyContact Us