This browser does not support the video element.
মৰিগাঁও: জাগীৰোড ৰেল ষ্টেচনৰ পৰা আৰক্ষীয়ে ৪১টা হেৰ'ইনভৰ্তি কণ্টেইনাৰসহ কৰায়ত্ত কৰে বহিঃৰাজ্যৰ চাৰিটা ড্ৰাগছ সৰবৰাহকাৰীক
Marigaon, Morigaon | Sep 4, 2025
জাগীৰোড আৰক্ষীয়ে গোপন সুত্ৰৰ পম খেদি ভাৰপ্ৰাপ্ত বিষয়া ভদ্ৰেশ্বৰ পেগুৰ নেতৃত্বত চলোৱা অভিযানত গ্ৰেপ্তাৰ চাৰি ড্ৰাগছ সৰবৰাহকাৰী৷ সৰবৰাহকাৰী কেইটা ক্ৰমে ৰাজেশ যাদৱ, ৰাকেশ গোৱালা, বিজয় গোৱালা আৰু চনিত গোৱালা৷ পশ্চিমবংগৰ জলপাইগুড়িৰ সৰবৰাহকাৰী কেইটাৰ পৰা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় মুঠ ৪১ টা হেৰইন ভৰ্তি কন্টেইনাৰ৷ ড্ৰাগছ সৰবৰাহ আৰু বান্দৰকেঁকোৱা চটিয়াই ধন লোটাত জড়িত আছিল আটাইকেইটা অভিযুক্ত। কিছুদিন ধৰি জাগীৰোডত বাহৰ পাতি কেইবাটাও ধন লোটাৰ ঘটনা সংঘটিত কৰাত জড়িত থকাৰ..