Download Now Banner

This browser does not support the video element.

পূব ডিব্ৰুগড়: মাইজানত ২০ দিন ধৰি বৰ্তমানেও অব‍্যাহত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া, প্ৰতিৰোধৰ কৰিবলৈ বিফল ডিব্ৰুগড়ৰ জলসম্পদ বিভাগৰ

Dibrugarh East, Dibrugarh | Aug 22, 2025
ডিব্ৰুগড়ৰ মাইজানত বৰ্তমানেও অব‍্যাহত আছে ব্ৰহ্মপুত্ৰ নৈৰ গৰাখহনীয়া। যোৱা ২০ দিন ধৰি হোৱা মাইজানৰ গৰাখহনীয়াৰ ফলত জাহ যায় শতাধিক বিঘা ভূমি। যাৰ ফলত আতংকময় পৰিবেশৰ সৃষ্টি হৈছে ডিব্ৰুগড় বাসীৰ মাজত। আজি শুক্ৰবাৰে বিয়লি ৫ বজাৰ লৈকে খহনীয়াৰ প্ৰতিৰোধৰ বাবে চেষ্টা চলাই আছে যদিও বিফল হৈছে ডিব্ৰুগড়ৰ জলসম্পদ বিভাগ।
Read More News
T & CPrivacy PolicyContact Us