Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: গৌৰীপুৰত গো হত্যা কৰি থকা অৱস্থাত আটক এজনক

Dhubri Part, Dhubri | Sep 7, 2025
ৰাজ্যত  মুখ্য মন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই নিষিদ্ধ ঘোষণা কৰা হৈছিল গো-মাংস। মুখ্যমন্ত্ৰীৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই একাংশ দুষ্ট চক্ৰই গোপনে গো-মাংস বিক্ৰী কৰি আছিল। গৌৰীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চিৰঞ্জীৱ লাহণৰ নেতৃত্বত গৌৰীপুৰ খাশখামাৰত এক গোপন অভিযানৰ ভিত্তিত অভিযান চলাই গো- হত্যা কৰি মাংস বিক্ৰি কৰি থকা অৱস্থাতে গো হত্যা কাৰী ইনাডুল হকক আটক
Read More News
T & CPrivacy PolicyContact Us