Download Now Banner

This browser does not support the video element.

নগাঁও: প্ৰণৱ বৰুৱা শিশু উদ্যানৰ সন্মূখত সদৌ অসম ছাত্ৰ সন্থা, নগাঁও জিলা সমিতিৰ উদ্যোগতভূপেন হাজৰিকাৰ শতবাৰ্ষিকী অনুষ্ঠান

Nagaon, Nagaon | Sep 8, 2025
প্ৰণৱ বৰুৱা শিশু উদ্যানৰ সন্মূখত সদৌ অসম ছাত্ৰ সন্থা, নগাঁও জিলা সমিতিৰ উদ্যোগত এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত নগাঁও মহকুমা ছাত্ৰ সন্থা আৰু নগাঁও সদৰ আঞ্চলিক ছাত্ৰ সন্থাই সহযোগ কৰে। অনুষ্ঠানটো সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষিকী উদযাপন উপলক্ষে আয়োজন কৰা হয়। অনুষ্ঠানত ছাত্ৰ-ছাত্রী, সংগীত প্ৰেমী আৰু স্থানীয় সমাজকর্মী উপস্থিত থাকে। গান, স্মৃতি-চৰ্চা আৰু বিশেষ প্ৰদৰ্শনীৰ মাধ্যমে ভূপেন হাজৰিকাৰ শিল্পী আৰু সমাজসেবী হিচাপে অৱদানক সন্মান জনোৱা হয়।
Read More News
T & CPrivacy PolicyContact Us