Install App
arindram93
This browser does not support the video element.
পূব ডিব্ৰুগড়: সোনোৱাল কছাৰী পৰিষদীয় নিৰ্বাচনলৈ সাজু প্ৰদেশ কংগ্ৰেছ, সদৰত গঠন সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদীয় সমন্বয় সমিতি
Dibrugarh East, Dibrugarh | Sep 12, 2025
সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ৰণশিঙা বজালে অসম প্ৰদেশ কংগ্ৰেছে। আজি শুক্ৰবাৰে পুৱা ১১ বজাৰ পৰা বিয়লি ২:৩০ বজাৰ লৈকে ডিব্ৰুগড় জিলা কংগ্ৰেছৰ কাৰ্যালয়ত অনুষ্ঠিত এক সভাত গঠন হ'ল সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদীয় সমন্বয় সমিতি, অসম। শৈলেন সোনোৱালক মুখ্য উপদেষ্টা আৰু দণ্ডী সোনোৱালক অধ্যক্ষ হিচাপে গঠন কৰে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!