This browser does not support the video element.
কোকৰাঝাৰ ভাগ: বিটিচিৰ ছালাকাটি সমষ্টিৰ কালিপুখুৰিত বিজেপিৰ বিজয় সংকল্প সমাৱেশ অনুষ্ঠিত, উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
Kokrajhar Part, Kokrajhar | Aug 25, 2025
সোমবাৰ দিনা দিনৰ ১২.৩০ বজাত কোকৰাঝাৰ জিলাৰ বিটিচিৰ ১২নং ছালাকাটি পৰিষদিয় সমিষ্টিৰ কালিপুখুৰিত ভাৰতীয় জনতা পাৰ্টী কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত বিজেপিৰ বিজয় সংকল্প সমাৱেশ অনুষ্ঠিত কৰা হয় উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মা ৰাইজক সম্বোধন কৰি কয় যে বিটিচিত বিজেপিৰ চৰকাৰ গঠন হ'লে আপোনালোকে অসম চৰকাৰৰ আঁচনি ছিধাকে পাব, বিজেপি আহিলে ভিচিডিচিৰ দলালী বন্ধ কৰি দিয়া হ'ব, বিজেপি আহিলে য়াত কোনো দ্বিতীয় শ্ৰেণীৰ মানুহ নাথাকিব