This browser does not support the video element.
ডুমডুমা: ডুমডুমাত হাঁহচৰা ৰাজহুৱা কৰম সন্মিলনৰ জাঁৱা জাগৰণ অনুষ্ঠান সম্পন্ন
Doom Dooma, Tinsukia | Sep 13, 2025
শনিবাৰে বিয়লি প্ৰায় ৩ বজাত ডুমডুমাৰ গাতে লাগি থকা হাঁহচৰা ৰাজহুৱা কৰম সন্মিলনৰ জাঁৱা জাগৰণ অনুষ্ঠান অনুষ্ঠিত কৰা হয় । কৰমতি সকলে পৰম্পৰাগত ভাৱে নৈৰ পৰা বালি আনি শস্যৰ বীজ ৰোপন কৰে। কৰম পৰৱৰ ৰীতি অনুযায়ী কৰমতি সকলে অনাগত ৭ (সাত) দিন জাঁৱা জাগৰণ পৰৱ পালন কৰিব আৰু অহা ইং ১৯ আৰু ২০ চেপ্তেম্বৰ তাৰিখে ৰাইডাং চাহ বাগিচাৰ খেলপথাৰত আয়োজন কৰা কৰম পূজা ।