This browser does not support the video element.
বিলাসীপাৰা ভাগ: ভাৰতীয় জনতা পাৰ্টি বিলাসীপাৰা জিলাৰ অন্তৰ্গত চাপৰ বহলপুৰ মণ্ডল কাৰ্যালয়ত বিধায়কৰ উপস্থিতিত অভিনন্দন অনুষ্ঠান অনুষ্ঠিত
Bilasipara Part, Dhubri | Feb 15, 2025
শনিবাৰে বিয়লি প্ৰায় তিনি মান বজাত ভাৰতীয় জনতা পাৰ্টি,বিলাসীপাৰা জিলাৰ অন্তৰ্গত চাপৰ বহলপুৰ মণ্ডল কাৰ্যালয়ত বিধায়ক ভবেশ কলিতা উপস্থিত হৈ অসম চৰকাৰৰ বিপণন নিগমৰ অধ্যক্ষ অশোক কুমাৰ সিংঘী, নৱ নিযুক্ত জিলা সভাপতি দেৱজিৎ কলিতা ,চাৰিজন নৱনিযুক্ত মণ্ডল সভাপতি সকলৰ সৈতে মত বিনিময় কৰি জিলা আৰু মণ্ডলৰ নৱনিযুক্ত সভাপতি সহিতে নৱ গঠিত জিলা আৰু মণ্ডল সমিতিৰ বিষয় ববীয়াক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে বিধায়ক গৰাকীয়ে ।উল্লেখ্য যে জিলা খনত দলৰ সাংগঠনিক ভেটি অধিক শক্তিশালী ক