This browser does not support the video element.
মঙলদৈ ভাগ: মাটি বেচা-কিনাৰ আইন আনক, মঙলদৈ প্ৰেছ ক্লাবত সংবাদ মেল গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ
Mangaldoi Part, Darrang | Aug 31, 2025
হিন্দু মুছলমানৰ মাজত মাটি বেচা কিনা বাৰণ কৰি অসম চৰকাৰে SOP জাৰি কৰাত জাঙুৰ খাই উঠিছে ইছলামধৰ্মী খিলঞ্জীয়া জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা জনগোষ্ঠীয় সংগঠন সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ। মঙলদৈ প্ৰেছ ক্লাবত সদৌ অসম গৰিয়া -মৰিয়া-দেশী জাতীয় পৰিষদ দৰং জিলা সমিতিৰ উদ্যোগত আয়োজিত এক সংবাদ মেল সম্বোধন কৰি পৰিষদৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা ড০ চহিৰ ভূঞাই কয়,অসমচৰকাৰৰ এই হঠকাৰী সিদ্ধান্তই অসমৰ সমুদায় ভূমিপুত্ৰ জনজাতি জনগোষ্ঠীসমূহৰ পৰা ভূমিপুত্ৰ গৰিয়া মৰিয়া দেশী