Install App
arindram93
This browser does not support the video element.
পূব ডিব্ৰুগড়: লাহোৱালত কংগ্ৰেছৰ ২৬ ৰ ৰণডংকা APCC ৰ সভাপতি গৌৰৱ গগৈৰ, কংগ্ৰেছৰ শীৰ্ষ বিষয়ববীয়াৰ সৈতে উপস্থিত হাজাৰ হাজাৰ লোক
Dibrugarh East, Dibrugarh | Aug 31, 2025
উজনিৰ ডিব্ৰুগড়ৰ লাহোৱালত এইবাৰ কংগ্রেছৰ ২৬ৰ ৰণডংকা। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি দায়িত্ব লাভৰ পাছত প্ৰথমবাৰৰ বাবে অমিত শ্বাহৰ অসম ভ্ৰমণৰ পাছতে উজনিৰ এসময়ৰ কংগ্ৰেছৰ দূৰ্গ ডিব্ৰুগড় লাহোৱালত বিশাল সভা গৌৰৱ গগৈৰ। আজি ৰবিবাৰে দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত সভাখন সামৰণি পৰে বিয়লি ৪ বজাত।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!