Install App
shivbhakti
This browser does not support the video element.
হাজো: জুবিন গাৰ্গৰ আত্মাৰ সদগতি কামনা কৰি হাজোৰ ঐতিহ্যমণ্ডিত পোৱামক্কা দৰগাহত আদায় কৰা হয় সমূহীয়া নামাজ
Hajo, Kamrup | Sep 20, 2025
জুবিন গাৰ্গৰ আত্মাৰ সদগতি কামনা কৰি শনিবাৰে হাজোৰ ঐতিহ্যমণ্ডিত পোৱামক্কা দৰগাহত আদায় কৰা হৈছে সমূহীয়া নামাজ। জুবিন গাৰ্গৰ আত্মাৰ সদগতি বাবে আয়োজন কৰা নামাজত অংশ লয় পোৱামক্কা দৰগাহৰ খাদিম আলহাজ ফৰিদ আলী লগতে পোৱামক্কা দৰগাহ পৰিচালনা সমিতিৰ সকলো বিষয় ববীয়াই।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!