Install App
jerina7
This browser does not support the video element.
তিনিচুকীয়া: মাকুম বনৰক্ষী বিদ্যালয়ৰ চৌহদত অসম বন শ্ৰমিক সন্থাৰ বিংশ সংখ্যক ৰাষ্ট্ৰীয় শ্বহীদ দিৱস অনুষ্ঠিত
Tinsukia, Tinsukia | Sep 11, 2025
বৃহস্পতিবাৰে অসম বন শ্ৰমিক সন্থাৰ বিংশ সংখ্যক ৰাষ্ট্ৰীয় শ্বহীদ দিৱস মাকুম বনৰক্ষী বিদ্যালয় চৌহদত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰে । উক্ত সভাত বন বিভাগৰ কেইবাজনো বিষয়ববীয়া উপষ্ঠিত আছিল আৰু বনাঞ্চল, বন্যপ্ৰাণী, আৰু প্ৰাকৃতিক ঐতিহ্য ৰক্ষাৰ বাবে কৰ্তব্যৰ সময়ত নিজৰ প্ৰাণ আহুতি দিয়া সাহসী বনকৰ্মীসকলৰ পৰম ত্যাগ কৰা পৰিয়াল সকলক সম্বৰ্ধনা জনায় ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!