Download Now Banner

This browser does not support the video element.

কোকৰাঝাৰ ভাগ: ছালাকাটি ডাইমণ্ড ক্লাবত ইউপিপিএলৰ যোগদান সভা,বিপিএফ দলৰ ২০০ নেতাৰ ইউপিপিএলত যোগদান উপস্থিত বিধায়ক লৰেঞ্চ ইছলাৰী

Kokrajhar Part, Kokrajhar | Sep 1, 2025
সোমবাৰ দিনা সন্ধিয়া ৬.৩০ বজাত কোকৰাঝাৰ জিলাৰ বিটিচিৰ ১২নং ছালাকাটি পৰিষদিয় সমিষ্টি ইউপিপিএল ব্লক সমিতিৰ উদ্যোগত ছালাকাটি বজাৰৰ ডাইমণ্ড ক্লাব প্ৰাংগনত বিপিএফ বুথ সমিতিৰ প্ৰাক্তন সভাপতি কৰিম আলীৰ নেতৃত্বত বিপিএফ, কংগ্ৰেছ সহ বিভিন্ন দলৰ ২০০ নেতা কৰ্মী সমৰ্থক আনুষ্ঠানিক ভাৱে ইউপিপিএলত যোগদান কৰে, উক্ত অনুষ্ঠানত বিধায়ক লৰেঞ্চ ইছলাৰী, ছালাকাটি ইউপিপিএল ব্লক সমিতিৰ সভাপতি ফুলবাগ মুছাহাৰী, সম্পাদক, মছজিদপাৰাৰ গাঁওবুৰা জয়নল আবেদিন উপস্থিত আছিল বুলি জানিব পৰা গৈছে
Read More News
T & CPrivacy PolicyContact Us