Download Now Banner

This browser does not support the video element.

নগাঁও: নগাৱৰ পুৰণিগুদামৰ চলচলী বিৰহী গাঁৱত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি,চলচলি বিষ্ণুৰাভা ভৱনত অনুষ্ঠিত হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

Nagaon, Nagaon | Oct 4, 2025
নগাৱৰ পুৰণিগুদামৰ চলচলী বিৰহী গাঁৱত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি,চলচলি বিষ্ণুৰাভা ভৱনত অনুষ্ঠিত হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।অসমীয়াৰ হিয়াৰ আমঠু,শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুত বৰ্তমানেও ম্ৰিয়মাণ ৰাজ্যবাসী৷ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শিল্পী গৰাকীৰ বিদেহী আত্মাৰ সদগতি,সমগ্ৰ ঘটনাৰ ন্যায়ৰ দাবীৰে অনুষ্ঠিত কৰা হৈছে শ্ৰদ্ধাঞ্জলী অনুষ্ঠান৷নগাৱৰ পুৰণিগুদামৰ চলচলী বিৰহী গাঁৱত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি।চলচলি বিষ্ণুৰাভা ভৱনত অনুষ্ঠিত হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ।অনুষ্ঠিত হয় সৰ্বধ
Read More News
T & CPrivacy PolicyContact Us