Install App
bpranjal752
This browser does not support the video element.
নগাঁও: নগাঁও জিলাৰ জামুগুৰিৰ ঐতিহ্যমণ্ডিত গৰখীয়া থানত ভকত বৈষ্ণৱৰ সৈতে একেলগে হৰিনাম ললে জিলা আয়ুক্ত দেবাশীষ শৰ্মাই
Nagaon, Nagaon | Aug 22, 2025
নগাঁও জিলাৰ জামুগুৰিৰ ঐতিহ্যমণ্ডিত গৰখীয়া থানত শুক্ৰবাৰে বিয়লি প্ৰায় পাঁচ মান বজাত ভকত বৈষ্ণৱৰ সৈতে একেলগে হৰিনাম ললে নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই।পৱিত্ৰ ভাদ মাহ উপলক্ষে গৰখীয়া থানত অনুষ্ঠিত হৈ থকা নাম প্ৰসংগৰ মাজতে ঐতিহাসিক থানখনত উপস্থিত হৈ আয়ুক্ত গৰাকীয়ে ভকত, বৈষ্ণৱৰ সৈতে এনেদৰে হৰি নাম গাই ভগৱন্তৰ শ্ৰীচৰণত আশীষ গ্ৰহণ কৰা দেখা গ’ল জিলা আয়ুক্ত গৰাকীক ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!