Download Now Banner

This browser does not support the video element.

ওদালগুৰি: অম্বাগাঁৱত বিপিএফ দলৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় মুকলি কৰা হয়, উপস্থিত থাকে বিটিচিৰ প্ৰাক্তন অধ্যক্ষ ত্ৰিদীপ দৈমাৰী

Udalguri, Udalguri | Sep 3, 2025
ওদালগুৰি জিলাৰ অম্বাগাৱত বিপিএফ দলে নিৰ্বাচনী প্ৰচাৰ কাৰ্য্যলয় এটি আনুষ্ঠানিক ভাৱে মুকলি কৰে। উক্ত নিৰ্বাচনী প্ৰচাৰ কাৰ্য্যলয়টো মুকলি কৰি দলীয় সভা এখনটো অংশগ্ৰহণ কৰে বিটিচিৰ প্ৰাক্তন অধ্যক্ষ ত্ৰিদীপ দৈমাৰীয়ে। ইপিনে উক্ত সময় চোৱাত বিপিএফৰ সক্ৰিয় নেতা ৰিজুল হক প্ৰমুখ্যে জিলা আৰু ব্লক পৰ্যায়ৰ নেতা কৰ্মী সকলক লগতে অঞ্চলৰ শুভাকাংশী ৰাইজ উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us