Download Now Banner

This browser does not support the video element.

পূব ডিব্ৰুগড়: চৌকিডিঙ্গী চাৰিআলিত আজাদ মাদানীৰ বিৰুদ্ধে প্ৰতিমূৰ্তি দাহ কৰি জাতীয় জনগোষ্ঠীয় ঐক্য মঞ্চৰ উত্তাল প্ৰতিবাদ

Dibrugarh East, Dibrugarh | Aug 24, 2025
আজাদ মাদানীৰ বিৰুদ্ধে আজি ৰবিবাৰে দিনৰ ১২ বজাত ডিব্ৰুগড়ৰ চৌকিডিঙ্গী চাৰিআলিত তীব্ৰ প্ৰতিবাদ জাতীয় জনগোষ্ঠীয় ঐক্য মঞ্চৰ। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সম্পৰ্কত বিভিন্ন বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগ তুলি আজি ডিব্ৰুগড়ত জমিয়ত উলেমা-ই-হিন্দৰ মুৰব্বী আজাদ মাদানীৰ প্ৰতিমূৰ্তি দাহ কৰাৰ লগতে বিশাল প্ৰতিবাদী সমদলেৰে উত্তাল কৰি তোলে পৰিবেশ
Read More News
T & CPrivacy PolicyContact Us