Download Now Banner

This browser does not support the video element.

শিৱসাগৰ: দৰিকা পাৰত সংঘটিত চুৰি কাণ্ড বিলাসী গাড়ী সহ কেইবা লক্ষাধিক টকাৰ সম্পদ চুৰি

Sibsagar, Sivasagar | Aug 28, 2025
শিৱসাগৰৰ দৰিকা পাৰত সংঘটিত চুৰি কাণ্ড বিলাসী গাড়ী সহ কেইবা লক্ষাধিক টকাৰ সম্পদ চুৰি । ঘৰত কোনো নথকাৰ সুযোগতে দৰিকাপাৰ ১ নং উপ পথত সংঘটিত হয় এই চুৰি কাণ্ড বুধবাৰৰ নিশা । ইতিমধ্যে ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত।
Read More News
T & CPrivacy PolicyContact Us