Download Now Banner

This browser does not support the video element.

মানকাচৰ: অহা‌ ২৬ পৰা ৩০ আগষ্টলৈ অনুষ্ঠিত হবলগীয়া সম্পুৰ্ণাতা অভিযান সন্মান সমাৰোহ সন্দৰ্ভত হাটশিঙিমাৰীত জিলা আয়ুক্তৰ সংবাদ মেল

Mankachar, South Salmara-Mankachar | Aug 21, 2025
বৃহস্পতিবাৰে সন্ধিয়া ৬:৩০ বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ূক্ত ৰাহুল কুমাৰ গুপ্তাই অহা‌ ২৬ আগষ্টৰ পৰা ৩০ আগষ্টলৈ ফেকামিৰী খণ্ড উন্নয়ণৰ উদ্দ্যোগত অনুষ্ঠিত হবলগীয়া সম্পুৰ্ণাতা অভিযান সন্মান সমাৰোহ সন্দৰ্ভত সংবাদ মেলৰ আয়োজন‌ কৰে।
Read More News
T & CPrivacy PolicyContact Us